COVID-gyan
ৱেবছাইট সম্পৰ্কে : এই ৱেবছাইটটোত ক'ভিড-১৯ মহামাৰী সম্পৰ্কে ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী গৱেষণা প্ৰতিষ্ঠান আৰু সংলগ্ন কাৰ্যক্ৰমৰ দ্বাৰা যুগুত কৰা বহুতো সমল একত্ৰিত কৰা হৈছে | ইয়াত আগবঢ়োৱা সমলবোৰ এই মহামাৰীৰ বিষয়ে এতিয়ালৈ জানিবপৰা নিৰ্ভৰযোগ্য আৰু বিজ্ঞানসন্মত তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে |