অসমীয়া বাংলা English ગુજરાતી हिन्दी ಕನ್ನಡ മലയാളം मराठी ଓଡିଆ ਪੰਜਾਬੀ தமிழ் తెలుగు اردو
এই তথ্য-সম্বলিত চিত্ৰখন https://indscicov.in/ ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে | ই পোন প্ৰথমে https://indscicov.in/for-public/qnacovid/ ত প্ৰকাশ পায় | আমাৰ ৱেব্-ছাইটত চিত্ৰখন প্ৰকাশৰ অনুমতি দিয়া বাবে আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো |...
সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰায় ৬ ফুট মানৰ এক নিৰাপদ দূৰত্ব বজাই ৰাখক ...
ক'ৰ'ণা ভাইৰাছ বতাহত বহু ঘণ্টালৈ আৰু বিভিন্ন পৃষ্ঠৰ ওপৰত বহু দিনলৈ থাকিব পাৰে ...
বিভিন্ন পৃষ্ঠৰ ওপৰত ক'ৰ'ণা ভাইৰাছ সংক্ৰমণশীল হৈ থাকিব পাৰে...
কাহিলে হাতৰ তলুৱাৰ সলনি কিলাকুটিৰে বা কাপোৰেৰে মুখখন ঢাকক...
একো লক্ষণ নেদেখুওৱা মানুহৰ পৰাও ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে...