প্ৰয়োজনীয় লিংক

ক’ভিড-জ্ঞানৰ লক্ষ্য হ’ল জনসাধাৰণৰ মাজত বিজ্ঞানসন্মত তথ্য আৰু সুৰক্ষিত থকাৰ উপায়বোৰ প্ৰচাৰ কৰা। ইয়াৰে এটা অংশ সাধাৰণ কুশল-মংগলৰ বাবে বিশেষভাৱে ৰখা হৈছে। আৰু বহুতো সমল ইয়াত উপলব্ধ, যেনে- নিজৰ উদ্বেগক কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব, একাষীকৰণৰ লগত কেনেকৈ মোকাবিলা কৰিব, এই কঠিন সময়ছোৱাত নিজকে কেনেকৈ ব্যস্ত ৰাখিব, ইত্যাদি বহুতো।
শেহতীয়াকৈ আমি বিভিন্ন প্ৰেক্ষাপটৰ কিছুমান লোকৰ সৈতে কুশল-মংগল সম্পৰ্কীয় এলানি অনলাইন আলোচনাৰ আয়োজন কৰিছোঁ। ইয়াৰ লক্ষ্য হ’ল মানুহৰ নিজৰ কাহিনী, অভিজ্ঞতা আদিৰ আদান-প্ৰদান কৰিবলৈ এখন সমাজ গঢ়ি তোলা, আৰু মানসিক স্বাস্থ্য তথা কুশল-মংগল সম্পৰ্কীয় যোগাত্মক বাৰ্তালাপৰ বাবে মানুহক উৎসাহিত কৰা।
চ’ছিয়েল মিডিয়াত আমাৰ লগত সম্পৰ্ক বজাই ৰাখক। অধিক তথ্যৰ বাবে এই হেশ্বটেগকেইটা বিচাৰক- #covidgyan আৰু #SundownerSession
অনুগ্ৰহ কৰি মন কৰিব যে এইবিলাক আচলতে পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ আৰু থেৰাপিৰ বিকল্প নহয়। আমাৰ উদ্দেশ্য হ’ল এখন সামুদায়িক মঞ্চ প্ৰদান। যদি আপুনি প্ৰয়োজনবোধ কৰে তেন্তে অনুগ্ৰহ কৰি পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

 

পঢ়ক | শুনক | চাওক | শিকক

পঢ়ক

ক’ৰ’নাভাইৰাছৰ ভয়ৰ পৰা নিজৰ মানসিক স্বাস্থ্যক কেনেকৈ বচাই ৰাখিব- এজে ৱিলিংহাম, চি এন এনৰ জৰিয়তে।

ক’ভিড-১৯ৰ সময়ত নিজৰ মানসিক কুশল-মংগল কেনেকৈ বজাই ৰাখিব তাৰ ওপৰত বিজ্ঞজনৰ ব্যাখ্যা- পৱিত্ৰ ৰাজা, বিশ্ব অৰ্থনীতি পৰিষদৰ জৰিয়তে।

ব্যাখ্যা: মানসিক স্বাস্থ্যৰ ওপৰত ক’ভিড-১৯ৰ ক্ষতি, আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিজ্ঞজনৰ পৰামৰ্শ- দ্য ইণ্ডিয়ান এক্সপ্ৰেছ

ক’ভিড-১৯এ মানসিক চাপ দিছে নেকি? সহায়ৰ বাবে এইবিলাক চাব পাৰে- জোচেফ এফ মেক্‌গোৱাইৰ, জন্‌চ হপকিন্‌চ চিকিৎসাবিজ্ঞান বিভাগৰ জৰিয়তে।

ক’ভিড-১৯ মহামাৰীৰ সময়ত মানসিক স্বাস্থ্য

শুনক

ক’ভিড-১৯ৰ উদ্বেগ আৰু একাষীকৰণৰ সন্মুখীন কেনেকৈ হ’ব- Wait There's More Podcast

মানসিক স্বাস্থ্য আৰু ক’ভিড-১৯ৰ সৈতে মোকাবিলা- মায়’ ক্লিনিক

ক’ভিড-১৯ মহামাৰীৰ সময়ত নিজৰ মানসিক স্বাস্থ্যৰ তত্বাৱধান- ACast

একাষীকৰণৰ সৈতে মোকাবিলা- ক’ভিড-১৯ৰ সময়ত মানসিক স্বাস্থ্য- Asia and the Pacific Policy Society

পিতৃ-মাতৃৰ মানসিক উদ্বেগ কেনেকৈ কমাই ৰাখিব- ড০ যশশ্বিনী কামাৰাজু

চাওক

ক’ৰ’নাভাইৰাছ সম্পৰ্কীয় উদ্বেগ নিয়ন্ত্ৰণ কৰাৰ পাঁচটা উপায়- স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ।

ক’ভিড-১৯ৰ সমুখত মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ: ডাৰ্টমাউথ-হিচককৰ ফালৰ পৰা মানসিক স্বাস্থ্যৰ কিটিপ- স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ।

ক’ভিড-১৯ মহামাৰীৰ সময়ত মানসিক স্বাস্থ্য আৰু কুশল- UC Davis

বেয়া খবৰৰ সময়ত উদ্বেগ নিয়ন্ত্ৰণৰ ১০টা কৌশল- Therapy in a Nutshell

উদ্বেগৰ বিষয়ে আপুনি কি জনা উচিত (বিশেষকৈ ক’ৰ’নাভাইৰাছ মহামাৰীৰ সময়ত)- MedCircle

ক’ভিদ-১৯: নিজৰ স্বাস্থ্যৰ প্ৰতি শংকা কেনেকৈ কমাব- The Psych Show

ক’ৰ’নাভাইৰাছকলৈ উদ্বেগ হৈছে নেকি? শান্ত হোৱাৰ এই ১০টা পদ্ধতি চেষ্টা কৰি চাওক- স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ।

মানসিক স্বাস্থ্যৰ ওপৰত কেইটামান ভিডিঅ’

দু:সহ সময়ত সহনশীলতা- Sounds True

শিকক

মন নিয়ন্ত্ৰণ: ক’ভিড-১৯ৰ সময়ত মানসিক স্বাস্থ্যৰ তত্বাৱধান- ট’ৰ’ণ্ট’ বিশ্ববিদ্যালয়, Courseraৰ জৰিয়তে।

কুশল-মংগলৰ বিজ্ঞান- য়েল বিশ্ববিদ্যালয়, Courseraৰ জৰিয়তে।